দুৰ্বলতা
dur.bo.lo.ta
অৰ্থ
1.
শাৰীৰিক অথবা/আৰু মানসিক শক্তি কম থকা ।
The property of lacking physical or mental strength; liability to failure under pressure or stress or strain.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
সহজে ক্ষতি বা আক্ৰমণ কৰিব পাৰা প্ৰকৃতি
the quality of being easily hurt or attacked.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ