← ফুৰি যাওক

ইচ্ছাপ্ৰণোদিত

is.sa.pro.no.di.to

অৰ্থ

1.

নিজৰ ইচ্ছা অনুসৰি কৰা।

an action which was performed consciously, realizing its nature and results.

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইচ্ছাপ্ৰণোদিত · অসমীয়া অভিধান