← ফুৰি যাওক

উচ্ছাদ

ucchāda

অৰ্থ

1.

উচ্ছেদ; বিনাশ; যেনে-"গৱহ শৰীৰকো মোৰ কৰিলে উচ্ছাদ" (

বি.

2.

ম স্কন্ধ)।

বি.

3.

মিছা বুলি দেখুবা; নিষ্ফলতা; যেনে-"কৰ্ম্মক উচ্ছাদ। বিপ্ৰক বিষাদ। পত্নীক প্ৰসাদ। দিলাহা আহ্লাদ" (গুণমালা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ