← ফুৰি যাওক

আঁকুহী

a~.ku.hi

অৰ্থ

1.

কোনো বস্তুত লগাই তাক টানি অনা আগ-বেঁকা দীঘল মাৰি ৷

a long stick with a hook at the end used for seizing and pulling anything.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

হাতী চলোৱাৰ বাবে অথবা প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰা আগ-জোঙা অস্ত্ৰ ৷

It is a metallic tool used in the handling and training of elephants. It consists of a hook (usually bronze or steel) which is attached to a two- or three-foot handle. manner.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁকুহী · অসমীয়া অভিধান