আৱাসী
a.ba.xi
অৰ্থ
1.
এখন ঠাইত বাস কৰা লোক
Person who dwells in a place
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয় নিৱাসত থকা ছাত্ৰ বা ছাত্ৰী৷
A person or student who lives at a hostel or boarding
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ