← ফুৰি যাওক

মূল্যৱেদন-পত্ৰ

mu.lyo.be.don-pot.ro

অৰ্থ

1.

নিৰ্দ্দিষ্ট মূল্যৰ বিনিময়ত কোনো কাম সম্পাদন কৰা, কোনো সামগ্ৰী যোগান ধৰা আদিৰ বাবে এটা পক্ষই আন এটা পক্ষক লিখিতভাৱে দিয়া প্ৰস্তাৱ

an offer made in writing by one party to another to execute certain work, supply certain commodities, etc., at a given cost.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মূল্যৱেদন-পত্ৰ · অসমীয়া অভিধান