← ফুৰি যাওক

উচ্পিচনি

অৰ্থ

1.

উচ্ পিচ্ কৰা কাৰ্য্য; অক. ধা. উচপিচা; বিণ. উচ্পিচীয়া।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উচ্পিচনি · অসমীয়া অভিধান