পাশৱিকতা
pa.xo.wi.ko.ta
অৰ্থ
1.
মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
The act of inflict pain or suffering
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
অমানুষিকতা · o.ma.nu.xi.ko.taঅমানৱীয়তা · o.ma.no.bi.yo.taক্ৰুৰতা · kru.ro.taদয়াহীনতা · do.ya.hi.no.taনিষ্ঠুৰতা · nis.thu.ro.taনিষ্ঠুৰত্ব · nis.thu.rot.toনিৰ্দ্দয়তা · nird.do.yo.taনিৰ্দয়তা · nir.do.yo.taনিৰ্মমতা · nir.mo.mo.taনিৰ্ম্মমত্ব · nirm.mo.mot.toনৃশংসতা · nri.xong.xo.taনৃশংসত্ব · nri.xong.xot.to
2.
অমানৱীয় ভাৱে কাৰোবাক শাৰিৰীক, মানসিক বা যৌন অত্যাচাৰ কৰি আসুৰিক আনন্দ লভা মনোবৃত্তি |
The deriving of pleasure, or the tendency to derive pleasure, from cruelty.The deriving of sexual gratification or the tendency to derive sexual gratification from inflicting pain or emotional abuse on others.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ