← ফুৰি যাওক

উচটা

অৰ্থ

1.

কোনো কথা বা কামৰ অৰ্থে মন বঢ়াই দি; কোনো কাম কৰিবলৈ উৎসাহ দি

to incite

সক. ধা.

2.

মিছা প্ৰশংসা কৰি মন বঢ়াই বা ওফন্দাই দি

to puff up by flattery

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উচটা · অসমীয়া অভিধান