← ফুৰি যাওক

উচট্

ucaṭ

অৰ্থ

1.

কোনো কাম কৰিবলৈ উৎসুক হ; কোনো কাৰ্য্য বা কথাৰ নিমিত্তে উৎসাহিত হ

to be very eager (to do anything)

অক. ধা.

2.

লোকৰ প্ৰশংসা শুনি মন ডাঙৰ কৰ্ বা বঢা; আনে কৰা প্ৰশংসা শুনি অহঙ্কাৰ কৰা বা ওফন্দি পৰ্

to be incited or puffed up by flattery

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উচট্ · অসমীয়া অভিধান