← ফুৰি যাওক

উঘাল্

ughāl

অৰ্থ

1.

শিপা ছিঙি তোল্; উভাল্; খানি পেলা

to uproot; dig up

সক. ধা.

2.

গুপ্ত কথা প্ৰকাশ কৰ্

to reveal secrets

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উঘাল্ · অসমীয়া অভিধান