← ফুৰি যাওক

নিবোকা চামোন

ni.bo’.ka sa.mo’n

অৰ্থ

1.

কথা বতৰা বৰকৈ নোকোৱা বা কবলৈ মন নেমেলা ব্যক্তি ৷

a habitually reserved and uncommunicative man.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিবোকা চামোন · অসমীয়া অভিধান