← ফুৰি যাওক

কঁৰীয়া

ko~.riya

অৰ্থ

1.

এবিধ তিৰোতাৰ কাণৰ অলংকাৰ

a kind of female ear ornament.

বস্তুবাচক বিশেষ্য

2.

আগৰ দিনত গৰু-মহৰ গাখীৰ খীৰাবলৈ ব্যৱহাৰ কৰা এবিধ বাঁহৰ চুঙা ৷

A cylindrical shaped bamboo receptacle used in milking a buffalo/cow.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ