← ফুৰি যাওক

বৰ্ণ-বিপৰ্য্যয়

bor.no-bi.por.jyoy

অৰ্থ

1.

কোনো এটা শব্দৰ ধ্বনি বা বৰ্ণসমূহৰ মাজত স্থানৰ পৰিৱৰ্তন কৰা ভাষাতত্বৰ এক বিশেষ প্ৰক্ৰিয়া |

A linguistic process of transposition of sounds or syllables within a word or words within a sentence

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ