অকৰ্ত্তা
akarttā
অৰ্থ
1.
নিষ্ক্ৰিয়, কাম নকবা, কৰ্ম্মহীন। কৰ্ত্তৱত্বহীন; প্ৰভু বা গৰাকীৰ ভাব নথকা। বেনে-"এতেকে আত্মাক অকৰ্ত্তা কৰি যি দেখে, সেহিসে জ্ঞানী হয়, আন নহে" (ক. গী.)।
বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ