← ফুৰি যাওক

ভূগৰ্ভ পথ

bhu.gor.bho poth

অৰ্থ

1.

ব্যস্ত ৰাস্তা পাৰ হবলৈ পদযাত্ৰীৰ সুবিধাৰ বাবে বনোৱা মাটিৰ তলেৰে যোৱা পথ৷

a (short) underground passage enabling the pedestrians cross a busy road safely.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভূগৰ্ভ পথ · অসমীয়া অভিধান