← ফুৰি যাওক

মৰীয়া

mo.riya

অৰ্থ

1.

কোনো এক সময়ত এটা জন-সম্প্ৰদায়ৰ মাজত বহুলভাৱে সংক্ৰমিত ৰোগ একোটাক মহামাৰী বোলে।

Widespread occurrence of a disease in a community at a particular time.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা এক শ্ৰেণীৰ লোক; পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা অসমৰ এক শ্ৰেণীৰ মুছলমান |

A person who makes articles of brass; a class of Mohammedans who makes brass vessels in Assam.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মৰীয়া · অসমীয়া অভিধান