← ফুৰি যাওক

উগাৰ

ugāra

অৰ্থ

1.

পেটৰপৰা মুখেদি বাজ হোবা বায়ু

a belch; eructation

বি.

2.

পেটৰ বায়ু মুখেদি উলিয়া; উগাৰ মাৰ্; ; উগাৰ ছাৰ্ মনত থকা পুৰণি খঙৰ কথা প্ৰকাশ বা ব্যক্ত কৰ্; যেনে-"তাহানি তাৰ যি অপকাৰ কৰিছিলা, সি এতিয়া তাৰ উগাৰ ছাৰিছে"

to belch ; to give vent to cherished ill-feeling

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ