← ফুৰি যাওক

মানৱৰ স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ

ma.no.bor swo-pro.ti.ro.khyar o.bhab.jo.nok bhai.r

অৰ্থ

1.

এইছ্ আই ভি বা স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ এবিধ ৰেট্ৰ’ ভাইৰাছ যি মানুহৰ দেহত আক্ৰমন কৰি স্ব-প্ৰতিৰক্ষাৰ অভাৱজনিত উপসৰ্গ বা এইড্‌ছত আক্ৰান্ত কৰে |

Human immunodeficiency virus (HIV) is a retrovirus (Contains RNA genome)that can lead to acquired immunodeficiency syndrome (AIDS), a condition in humans in which the immune system begins to fail, leading to life-threatening opportunistic infections.American researcher Robert Gallo and French scientist Luc Montagnier both claimed to have discovered it.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মানৱৰ স্ব-প্ৰতিৰক্ষাৰ অভাৱজনক ভাইৰাছ · অসমীয়া অভিধান