উখা-মুখা
ukhā-mukhā
অৰ্থ
1.
নেভাবি-নিচিন্তি কাম কৰা; উতনুবা (মানুহ)
rash; inconsiderate
বিণ.
2.
ভালকৈ গমি-ভাবি ঠিক নকৰা (কথা)
hasty; not well-considered
বিণ.
3.
চৌপনিৰ জালত হোবা জলক-তবক বা অস্হিৰতা; যেনে-"টোপনিৰ উখা-মুখাত বেৰে-ছালে খুন্দিয়াহৈছে"
haziness or unsteadiness due to sleepiness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ