← ফুৰি যাওক

উখৰা

ukharā

অৰ্থ

1.

কটুৰ; খৰাং; নীৰস; শুকান; সাৰ নথকা (মাটি)

barren; dry (said of land)

বিণ.

2.

কঠুবা; অলপতে খং উঠা

hot-tempered

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উখৰা · অসমীয়া অভিধান