অংশীদাৰী নিধি
ong.xi.da.ri ni.dhi
অৰ্থ
1.
বিনিয়োগকাৰীৰ পৰা পইচা সংগ্ৰহ কৰি বিনিয়োগ কোম্পানীয়ে সেই পইচা বজাৰত বিনিয়োগ কৰি বা খটুৱাই লাভাংশ বিনিয়োগকাৰীৰ সৈতে ভগাই লোৱা এক ব্যৱস্থা৷ সাধাৰণতে অতি উচ্চ হাৰত লাভাংশ পোৱা যায় যদিও কেতিয়াবা বজাৰৰ মন্দাৱস্থৰ বাবে পইচা হেৰুৱাব লগীয়াও হয়৷
fund operated by an investment company that raises money from shareholders and invests it in stocks, bonds, and different other sectors and the profit gained from there is shared with the investors. Though such investments usually yields high returns, they also have certain risk factors and sometimes the investors may lose the amount invested in the fund.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ