← ফুৰি যাওক

উকমুকনি

ukamukani

অৰ্থ

1.

উশাহ বন্ধ হোবা যেন অবস্হা; ফোঁপনি; যেনে-"খেদয় পশুকঃ কৰি উকমুক; নপাবয় কেহোঁ লাগ" (শঙ্কৰ-চৰিত)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উকমুকনি · অসমীয়া অভিধান