← ফুৰি যাওক

তোলনীয়া সন্তান

to`.lo.ni.ya xon.tan

অৰ্থ

1.

আইনগত অভিভাৱক নোহোৱাকৈ কোনোবাই (অলপ দিনৰ বাবে) তুলি লোৱা আনৰ সন্তান৷

child brought up (for sometime) by somebody other than the natural parent and usually without becoming his or her legal parent(s)

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তোলনীয়া সন্তান · অসমীয়া অভিধান