← ফুৰি যাওক

উকুত

ukuta

অৰ্থ

1.

উক্ত; উল্লেখ কৰা; যেনে-"তাতেসে মৰণ-কাল কৰিলো উকুত" (ৰত্নাবলী)

mentioned

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উকুত · অসমীয়া অভিধান