← ফুৰি যাওক

প্ৰক্ষেপন

pro.khye.pon

অৰ্থ

1.

the act of propelling sth in the air with rapid movement of the wrist

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

আলোক মাধ্যমৰ সহায়ত কোনো পৃষ্ঠ বা পৰ্দাত প্ৰতিবিম্বিত কৰা কাৰ্য্য, যেনেঃ চলচিত্ৰ, স্লাইদ আদিৰ প্ৰক্ষেপন।

the act of reproducing on a surface, by optical means, a remote image on a film, slide, etc.

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰক্ষেপন · অসমীয়া অভিধান