উক
uka
অৰ্থ
1.
শাম কাটি কথা ৰোগৰ পুনৰ উৎপত্তি বা বৱদ্ধি যেনে -"তেওঁৰ বেমাৰ আকৌ উক দিছে"
a relapse or return of a disease after an interval
বি.
2.
গুপ্ত হৈ থকা কথাৰ পুনঃপ্ৰকাশ
revival of a hidden thing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ