← ফুৰি যাওক

উকহ

ukaha

অৰ্থ

1.

ঈশৎ ক'লা বা ছাই-বকণীয়া মাছ-মঙহ আৰু জীব-জন্ত্ত খোবা এবিধ ডাঙৰ চৰাই

an eagle

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উকহ · অসমীয়া অভিধান