← ফুৰি যাওক

উকল্

ukal

অৰ্থ

1.

গণনাত কোনো এটা সংখ্যা পুৰ হৈ আৰু বাঢ়্; যেনে-"তিনি শ হৈ দহ টকা উকলিছে"

to exceed a certain number in counting

অক. ধা.

2.

কাল বা সময় বাঢ়ি বা চলি থাকি শেষ হ; অন্ত হ; যেনে-"তাৰ বয়স সাত উকলি আঠ বছৰত সোমাইছে; এইজন ৰজাৰ ভোগ উকলিল"

to come to an end

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ