← ফুৰি যাওক

ঈশিত্ব

īśitba

অৰ্থ

1.

ঈশ্বৰত্ব

divinity

বি.

2.

যোগৰ এটা শক্তি ইয়াৰ বলত যোগী প্ৰভুত্বশালী হয় বুলি কয়; প্ৰভুত্ব

supremacy; the power of lording over all

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ