প্ৰাসঙ্গ
pra.xong.go
অৰ্থ
1.
হাল বাওঁতে এহাল গৰুৰ ডিঙিত দি দুইটা গৰু যোৰা লগোৱা এডাল কাঠ বা বাঁহ
A wooden/bamboo device for joining together a pair of draft animals, esp. oxen, usually consisting of a crosspiece with two bow-shaped pieces, each enclosing the head of an animal.
বস্তুবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ