অৱলেপ
o.bo.lep
অৰ্থ
1.
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
গাত সানিবলৈ বা কটা-চিঙাত লগোৱা ভেষজ গুণ থকা সান্দ্ৰ পদাৰ্থ |
Semisolid preparation (usually containing a medicine) applied externally as a remedy or for soothing an irritation.
বস্তুবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ