← ফুৰি যাওক

ঈশান

īśāna

অৰ্থ

1.

মহাদেব; ঈশান কোণৰ অধিপতি

the god Śiva

বি.

2.

একাদশ ৰুদ্ৰৰ অষ্টমজন

the eighth of the eleven Rudras

বি.

3.

শিবৰ আঠোটা মূৰ্ত্তিৰ সূৰ্য্য-মূৰ্ত্তি

the sun as one of the eight forms of Śiva

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ