লণ্ডিকা
lon.di.ka
অৰ্থ
1.
গুঁইৰ নিচিনা ঘৰৰ চাল বেৰ আদিত থকা এবিধ ক্ষুদ্ৰ সৰিসৃপ জন্তু | সাধাৰণতে নিশাচৰ যদিও দিনটো ইহঁতক চাল, টিন আদিৰ তলত ঘূৰি ফুৰা দেখা যায় |
Any of various small chiefly tropical and usually nocturnal insectivorous terrestrial lizards typically with immovable eyelids. This is a common species associated with human habitation, in both rural and urban areas. Mainly nocturnal, by day it may still be active under the eaves of buildings, huts and other man-made structures.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ