অপ্ৰকৃতিস্থ
o.pro.kri.tis.tho
অৰ্থ
1.
মানসিক ৰোগত ভূগি অস্বাভাৱিক আচৰণ কৰা
Suffering from a mental disorder resulting in abnormal behavior
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
স্বাভাৱিক অৱস্থাত নথকা |
Not normal; not typical or usual or regular or conforming to a norm
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ