ঈ
ī
অৰ্থ
1.
স্বৰ-বৰ্ণৰ চতুৰ্থ আখৰ। ব্যঞ্জন বৰ্ণৰ লগত যুক্ত হৈ ইয়াৰ আকৱত "ী" এনে হয়; প্ৰত্যয়-স্বৰূপে
2.
বিশেষ্যৰপৰা বিশেষণকাৰী; যেনে -"দৰকাৰী"।
3.
[সং. ইন্] থকা অৰ্থত; যেনে-গুণী, জ্ঞানী, ধনী, ইত্যাদি।
4.
[সং. ঈপ্] পুং-লিঙ্গৰপৰা স্ত্ৰী-লিঙ্গকাৰী; যেনে-"সুন্দৰী"।
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ