← ফুৰি যাওক

কুৰংগনয়নী

ku.rong.go.no.yo.ni

অৰ্থ

2.

কুৰঙ্গনয়নী (১৮ শতিকা) মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী৷ মাতৃৰ নাম আখামহা৷ মানে মণিপুৰ আক্ৰমণ কৰাত জয়সিংহই আশ্ৰয় বিচাৰি গড়গাঁৱলৈ আহে আৰু আহোমৰ লগত মিত্ৰতা স্থাপনৰ অৰ্থে কুৰঙ্গনয়নীক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে৷ পিছলৈ কুৰঙ্গনয়নী ৰজাৰ বৰকুঁৱৰী হয়৷

Daughter of Manipur king Jay singha and married to Ahom king Rajeswar Singha.

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুৰংগনয়নী · অসমীয়া অভিধান