← ফুৰি যাওক

ইহাত-সিহাত

ihāta-sihāta

অৰ্থ

1.

এহাতে আহি বা গৈ আনহাতে যোবা বা দিয়া; বেছি বেলি নথকা বা নৰখা; বেগাই খৰচ হোবা বা কৰা

mere change of hands; transitory nature

বি.

2.

এবাৰ এজনৰ, এবাৰ আৰজনৰ হাতেৰে কৰা সহায়

mutual help

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ