← ফুৰি যাওক

ক্ষোভ দূৰ কৰ্

khyo`bh dur ko.ra

অৰ্থ

1.

মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷

to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ক্ষোভ দূৰ কৰ্ · অসমীয়া অভিধান