← ফুৰি যাওক

ইংৰাজীকৰণ কৰ্

ing.ra.ji.ko.ron.kor

অৰ্থ

1.

কাৰোবাৰ বা কিহবাৰ প্ৰকৃতি,চৰিত্ৰ ইংৰাজী ঠাঁচ বা শৈলীলৈ পৰিবৰ্তন কৰা৷ যেনেঃ সন্দিকৈক হেন্দিক কৰা৷

to make something/somebody English in character/nature.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ