← ফুৰি যাওক

ইস্ত্ৰি

istri

অৰ্থ

1.

ধোবা আৰু দৰ্জ্জীয়ে কাপোৰ মিহি আৰু সমান কৰা এবিধ লো বা পিতলৰ যতন

estirar ; smoothing iron; washerman's iron

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইস্ত্ৰি · অসমীয়া অভিধান