← ফুৰি যাওক

প্ৰস্তুত কৰ

pros.tut kor

অৰ্থ

1.

(কোনো বস্তু) ব্যৱহাৰৰ উপযোগীকৈ গঢ়ি তোল্।

To make something or somebody ready to be used or to do something.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

প্ৰস্তুত কৰ · অসমীয়া অভিধান