← ফুৰি যাওক

ইস্তফা

istaphā

অৰ্থ

1.

পৰিত্যাগ কৰা; মাটি বা কাম এৰা

relinquishment; resignation

বি.

2.

মাটি বা পদ এৰি দি দি জনোবা কাকত; যেনে-"পুহত মাটিৰ ইস্তফা লয়"

a relinquishment petition

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ