← ফুৰি যাওক

গুৰি ধৰ্‌

gu.ri dhor

অৰ্থ

1.

দিহা-বুদ্ধি দি কাম চলা অথবা সঠিক দিশ দেখুৱাই দে ৷

Direct the course, determine the direction of travelling or goal.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গুৰি ধৰ্‌ · অসমীয়া অভিধান