স্থিতিস্থাপক
sthi.ti.stha.pok
অৰ্থ
1.
টানি দীঘল বা মৰিয়াই বহল কৰি এৰি দিলে নিজৰ প্ৰাৰম্ভিক অৱস্থালৈ ঘূৰি আহিব পৰা
capable of returning to its original length, shape, etc., after being stretched, deformed, compressed
প্ৰকৃত বিশেষণ
2.
যিজন মানুহৰ বা যি বস্তুৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ ক্ষমতা আছে৷
A person or a thing who or which has the ability to jump back to a previous state or situation.
বিশেষণীয় বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ