← ফুৰি যাওক

অৰ্দ্ধাংগী

or.dhang.gi

অৰ্থ

1.

দেহৰ কোনো এক অংশ লৰ-চৰ কৰিব নোৱাৰা হোৱা এক বিশেষ ব্যাধি | সাধাৰণতে স্নায়ু বিকল হৈ যোৱাৰ ফলত এনেকুৱা হয় |

A loss or impairment of voluntary movement in a body part, caused by injury or disease of the nerves, brain, or spinal cord.

সংজ্ঞাবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অৰ্দ্ধাংগী · অসমীয়া অভিধান