← ফুৰি যাওক

ইষ্ট

iṣṭa

অৰ্থ

1.

বাঞ্ছিত

wished for; desired

বিণ.

2.

প্ৰিয়; যেনে-"ইষ্টলোক"

friendly; favourable

বিণ.

3.

ভজনীয়; পূজনীয়; যেনে-"ইষ্ট-দেবতা"

adored; worshipped

বিণ.

4.

বান্ধব; বন্ধু; হিতকাৰী মানুহ

a friend

বি.

5.

বাঞ্ছা; বাঞ্ছিত বিষয়; যেনে-"তেওঁৰ ইষ্ট সিদ্ধি নহ'ল

desired object

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ইষ্ট · অসমীয়া অভিধান