← ফুৰি যাওক

সুৰভি

xu.ro.bhi

অৰ্থ

1.

মিঠা, ভাললগা গোন্ধ

a sweet, pleasent smell

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

হিন্দু ধৰ্ম্ম শাস্ত্ৰৰ মতে যেতিয়াই যি বিচৰা যায় তেতিয়াই তাকে দিয়া এজনী গাই৷

A fabulous cow granting anything asked for or the name of the divine cow of plenty as Indian religious book

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সুৰভি · অসমীয়া অভিধান