← ফুৰি যাওক

মচমচকৈ চোবা

mos.mos.koi so’.ba

অৰ্থ

1.

কিবা খাওঁতে দাঁতেৰে শব্দ কৰি চোবোৱা৷

to crush something noisily with the teeth when eating something

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মচমচকৈ চোবা · অসমীয়া অভিধান