গংগাটোপ
gong.ga.to’p
অৰ্থ
1.
অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
Aggressively assertive or overbearingly confident.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
having an excessively high opinion of oneself.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
3.
টেট্ৰাডন প্ৰজাতিৰ এটা মিঠা পানীৰ মাছ যিয়ে বিপদত পৰিলে নিজৰ গাটো ফুলাই দি শত্ৰুক বিচলিত কৰিব বিচাৰে
a freshwater fish of the Tetraodon genus that blows itself into a larger size when threatened
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ